মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

ব্যৱসায় লেনদেন

  • সঞ্চালকালয়ৰ দ্বাৰা ব্যৱসায় লেনদেনৰ বিৱৰণ

    • ৰাজ্যিক স্তৰৰ স্ক্ৰীনিং সমিতিৰ বৈঠক আয়োজনৰ কাৰণে বাৰ্ষিক কাৰ্য পৰিকল্পনাৰ প্ৰস্তুতি।
    • আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলসমূহৰ কাৰণে প্ৰস্তাৱ, পৰিকল্পনা দাখিল আৰু অনুমোদিত আঁচনিৰ কাৰণে মূল্য নিৰ্দ্ধাৰণ।
    • সীমান্ত এলেকা আঁচনিৰ ৰূপায়নকাৰী সংস্থাৰ সৈতে পৰ্য্যালোচনা বৈঠক।
    • সীমান্ত এলেকাৰ আন্তঃগাঠনি উন্নয়নৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ লগত বৈঠকত মিলিত হোৱা।
    • ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰা পুঁজিৰ বিপৰীতে ব্যৱহাৰ প্ৰমাণ পত্ৰ আৰু কিউ.পি.আৰ. দাখিল।
    • সীমান্ত এলেকা উন্নয়নশীল বিভিন্ন বিভাগৰ লগত যোগাযোগ।
    • বিশেষ গোট হিচাপে আন্তঃৰাষ্ট্ৰীয় সীমা খণ্ডক লৈ সীমান্ত এলেকাৰ কাৰণে ব্যৱস্থাপনা তথ্য পদ্ধতিৰ প্ৰস্তুতি।
    • আঁচনিসমূহৰ পৰিদৰ্শন আৰু নিৰীক্ষণ।