মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

সীমান্ত সৌহাদ্য কাৰ্য্যসূচী

  • ৰাজ্যসমূহৰ নিজা অগ্ৰাধিকাৰ উন্নয়নৰ অধীনত সীমান্ত সৌহাদ্য কাৰ্য্যূচী

    ৰাজ্যসমূহৰ নিজা অগ্ৰাধিকাৰ উন্নয়নৰ অধীনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুয়োপাৰৰ বাসিন্দাসকলৰ মাজত শান্তিপূৰ্ণ সহাৱস্থাৰ প্ৰসাৰৰ উদ্দেশ্যে চুবুৰীয়া ৰাজ্যসমূহৰ সহযোগীসকলৰ সৈতে সীমান্ত সৌহাদ্য কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে।

    • সীমান্ত সৌহাদ্য কাৰ্য্যসূচী ইতিমধ্যে শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ, গোৱালপাৰা, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি-আংলং, পশ্চিম কাৰ্বি-আংলং আৰু ডিমা হাছাও জিলাত অনুষ্ঠিত হৈছে।
    • ২০১৬ চনৰ ১৭ অক্টোবৰত কাজিৰঙা (কঁহৰা)ত সীমান্ত সৌহাদ্য কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানটিত অসম আৰু নাগালেণ্ডৰ মাননীয় মূখ্যমন্ত্ৰীদ্বয়ে অংশগ্ৰহণ কৰিছিল।
    • আমাৰ ৰাজ্যৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে ২০১৬ চনৰ ৩ ডিচেম্বৰত নাগালেণ্ডৰ কহিমাৰ ওচৰৰ কিচামাত অনুষ্ঠিত হৰ্ণবিল উত্সৱলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটি সংযুক্ত সাংস্কৃতিক দল পঠিয়াইছিল।