মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

সীমান্ত আৰক্ষী চকী

  • ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়নৰ অধীনত আন্তঃৰাজ্যিক সীমাত সীমান্ত আৰক্ষী চকী

    আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰসমূহ হল অসমৰ সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা আৰু উন্নয়ন, সীমান্ত আৰক্ষী চকীসমূহৰ মেৰামতিকৰণ/সংস্কাৰ, সুৰক্ষা বাহিনীসমূহৰ দ্বাৰা পৰ্য্যবেক্ষণৰ বাবে ঘুৰা-ফুৰা কৰিবলৈ ৰাস্তা-ঘাট, নতুন সীমান্ত আৰক্ষী চকীসমূহ স্থাপন, যি চুবুৰীয়া ৰাজ্যসমূহৰ লগত আন্তঃৰাজ্যিক সীমাত থকা আমাৰ সংৰক্ষিত বনাঞ্চলসমূহৰ সংৰক্ষণৰ বাবে আৰু সীমান্তৰ গাওঁসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয়।

    • সীমান্ত আৰক্ষী চকীসমূহৰ মুঠ সংখ্যা - ৮১ খন
    • অসম-নাগালেণ্ড - ৫৫খন
    • অসম-অৰুণাচল প্ৰদেশ - ১৩খন
    • অসম- মেঘালয় - ৬ খন
    • অসম- মিজোৰাম - ৭খন
    • নতুনকৈ স্থাপন হবলগীয়া সীমান্ত আৰক্ষী চকী - ৩৪ খন