মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

অসমৰ চাৰিসীমা
  • আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল

    আন্তঃৰাষ্ট্ৰীয় সীমাৰ দৈৰ্ঘ্য (SOI)

    ভাৰত-বাংলা - ২৬৭.৫ কিঃ মিঃ

    ভাৰত-ভূটান - ২৬৫.৮ কিঃ মিঃ

    মুঠ -           ৫৩৩.৩ কিঃ মিঃ

    বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৮ খন জিলা আছে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ জিলা অনুসৰি দৈৰ্ঘ্য-

    • বাক্সা-ভূটান - ৯০ কিঃ মিঃ
    • চিৰাং-ভূটান - ৭০ কিঃ মিঃ
    • কোকৰাঝাৰ-ভূটান - ৪০ কিঃ মিঃ
    • ওদালগুৰি-ভূটান - ৮০ কিঃ মিঃ
    • কৰিমগঞ্জ-বাংলা - ৩ কিঃ মিঃ
    • কাছাৰ-বাংলা -            ৭০ কিঃ মিঃ
    • ধুবুৰী-বাংলা -   ৯০ কিঃ মিঃ
    • দক্ষিন শালমাৰা মানকাছাৰ-বাংলা - ৬৩.০০ কিঃ মিঃ

    আন্তঃৰাজ্যিক সীমান্ত অঞ্চল

    আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্য (SOI)

    • অসম–নাগালেণ্ড – ৫১২.১ কিঃ মিঃ
    • অসম–অৰুণাচল প্ৰদেশ – ৬০৮.১ কিঃ মিঃ
    • অসম–মণিপুৰ – ২০৪.১ কিঃ মিঃ
    • অসম–মিজোৰাম - ১৬৪.৬ কিঃ মিঃ
    • অসম–ত্ৰিপুৰা – ৪৬.৩ কিঃ মিঃ
    • অসম–মেঘালয় – ৮৮৪.৯ কিঃ মিঃ
    • অসম–পশ্চিমবংগ – ১২৭.০ কিঃ মিঃ

     মুঠ – ২৭৪১.৩ কিঃ মিঃ

    চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আন্তঃৰাজ্যিক সীমাৱৰ্তী ২৪ খন জিলা আছে।

    (১) শিৱসাগৰ-নাগালেণ্ড – ৫৭.৮০ কিঃ মিঃ

    (২)(ক) চৰাইদেউ–নাগালেণ্ড - ৩৪.০০কিঃ মিঃ

         (খ) চৰাইদেউ–অৰুণাচল প্ৰদেশ – ২৬.৮০ কিঃমিঃ

    (৩) যোৰহাট–নাগালেণ্ড –                     ১২৮.৫০ কিঃ মিঃ

    (৪) গোলাঘাট–নাগালেণ্ড –                   ১২৬.৫০  কিঃ মিঃ

    (৫) ওদালগুৰি–অৰুণাচল প্ৰদেশ –       ২৭.৭০ কিঃ মিঃ

    (৬) শোণিতপুৰ–অৰুণাচল প্ৰদেশ –     ৭১.৯০ কিঃমিঃ

    (৭) বিশ্বনাথ–অৰুণাচল প্ৰদেশ –           ৭৭,৩০ কিঃমিঃ

    (৮) লখিমপুৰ–অৰুণাচল প্ৰদেশ –        ১০৮.৮০ কিঃমিঃ

    (৯) ধেমাজি-অৰুণাচল প্ৰদেশ -                        ১৭৭.২০ কিঃমিঃ

    (১০) তিনিচুকীয়া–অৰুণাচল প্ৰদেশ -    ২৮২.৮০ কিঃমিঃ

    (১১) ডিব্ৰুগড়–অৰুণাচল প্ৰদেশ –      ৩১.৬০ কিঃমিঃ

    (১২)     (ক) ডিমা-হাছাও–মণিপুৰ – ৭৩.৫০ কিঃমিঃ

    (খ) ডিমা হাছাও–মেঘালয়- ১২৪.৯০ কিঃমিঃ

    (গ) ডিমা হাছাও–নাগালেণ্ড – ৪৫.৬০ কিঃমিঃ

    (১৩)     (ক) কাছাৰ-মণিপুৰ-১৩০.৬০ কিঃমিঃ

    (খ) কাছাৰ-মিজোৰাম-৫২.৯০ কিঃমিঃ

    (গ) কাছাৰ- মেঘালয়-১৯.৫০ কিঃমিঃ

    (১৪) হাইলাকান্দি-মিজোৰাম -  ৯৯.১০ কিঃ মিঃ

    (১৫)     (ক)কৰিমগঞ্জ–মিজোৰাম – ১২.৬০ কিঃমিঃ

    (খ) কৰিমগঞ্জ-ত্ৰিপুৰা - ৪৬.৩০ কিঃমিঃ

    (১৬) কাৰ্বি আংলং-নাগালেণ্ড - ১১৯.৭০ কিঃমিঃ

    (১৭) পশ্চিম কাৰ্বি আংলং-মেঘালয় - ১৬২.১০ কিঃমিঃ

    (১৮) মৰিগাওঁ–মেঘালয় - ১৪.৫০ কিঃমিঃ

    (১৯) কামৰূপ(ম)-মেঘালয় - ৭৯.৭০ কিঃমিঃ

    (২০)কামৰূপ-মেঘালয় - ২০০.৯০ কিঃমিঃ

    (২১) গোৱালপাৰা-মেঘালয় - ১৬৯.৮০ কিঃমিঃ

    (২২)      (ক) ধুবুৰী-মেঘালয় - ১৫.১৮ কিঃমিঃ

                (খ)ধুবুৰী-পশ্চিমবংগ - ৭২.৯০ কিঃমিঃ

    (২৩) দক্ষিন শালমাৰা মানকাছাৰ –মেঘালয় - ৯৮.৩২ কিঃমিঃ

    (২৪) কোকৰাঝাৰ-পশ্চিমবংগ - ৫৪.১০ কিঃমিঃ