মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

সীমান্ত আৰক্ষী চকী

ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়নৰ অধীনত আন্তঃৰাজ্যিক সীমাত সীমান্ত আৰক্ষী চকী

আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰসমূহ হল অসমৰ সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা আৰু উন্নয়ন, সীমান্ত আৰক্ষী চকীসমূহৰ মেৰামতিকৰণ/সংস্কাৰ, সুৰক্ষা বাহিনীসমূহৰ দ্বাৰা পৰ্য্যবেক্ষণৰ বাবে ঘুৰা-ফুৰা কৰিবলৈ ৰাস্তা-ঘাট, নতুন সীমান্ত আৰক্ষী চকীসমূহ স্থাপন, যি চুবুৰীয়া ৰাজ্যসমূহৰ লগত আন্তঃৰাজ্যিক সীমাত থকা আমাৰ সংৰক্ষিত বনাঞ্চলসমূহৰ সংৰক্ষণৰ বাবে আৰু সীমান্তৰ গাওঁসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয়।

  • সীমান্ত আৰক্ষী চকীসমূহৰ মুঠ সংখ্যা - ৮১ খন
  • অসম-নাগালেণ্ড - ৫৫খন
  • অসম-অৰুণাচল প্ৰদেশ - ১৩খন
  • অসম- মেঘালয় - ৬ খন
  • অসম- মিজোৰাম - ৭খন
  • নতুনকৈ স্থাপন হবলগীয়া সীমান্ত আৰক্ষী চকী - ৩৪ খন