মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়

ইতিহাস

  • সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়, অসম যি পূৰ্বতে সীমান্ত এলেকা, অসম হিচাপে পৰিচিত আছিল, অসম চৰকাৰৰ দ্বাৰা ইতিপূৰ্বে সীমান্ত এলেকা উন্নয়ন বিভাগৰ অধীনষ্ঠ সংগঠন হিচাপে চৰকাৰী চিঠি নং পি.এল.এ(বি.চি)৭৮/৮৭/১২ তাং ২০/০১/১৯৮৮ অনুসৰি স্থাপিত কৰা হয়। সঞ্চালকালয়ক বৰ্তমান সীমা সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয় হিচাপে নামাকৰণ কৰা হয় আৰু সীমান্তৱৰ্তী এলেকা বিভাগৰ নাম পিছত ভাইড আদেশ নং বি.ডি. ১০১/২০১৬/৫৪ তাং ২১/০৬/২০১৭ অনুসৰি সলনি কৰি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ কৰা হয়।