ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়নৰ অধীনত আন্তঃৰাজ্যিক সীমাত সীমান্ত আৰক্ষী চকী
আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰসমূহ হল অসমৰ সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা আৰু উন্নয়ন, সীমান্ত আৰক্ষী চকীসমূহৰ মেৰামতিকৰণ/সংস্কাৰ, সুৰক্ষা বাহিনীসমূহৰ দ্বাৰা পৰ্য্যবেক্ষণৰ বাবে ঘুৰা-ফুৰা কৰিবলৈ ৰাস্তা-ঘাট, নতুন সীমান্ত আৰক্ষী চকীসমূহ স্থাপন, যি চুবুৰীয়া ৰাজ্যসমূহৰ লগত আন্তঃৰাজ্যিক সীমাত থকা আমাৰ সংৰক্ষিত বনাঞ্চলসমূহৰ সংৰক্ষণৰ বাবে আৰু সীমান্তৰ গাওঁসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয়।